Tumi Ahiba Buli Lyrics By Nilima Khatun

Song: Tumi Ahiba Buli (তুমি আহিবা বুলি)

Artist: Nilima Khatun

Music: Jyoti Prakash Das

Lyrics: Suryakumar Raja

Tumi Ahiba Buli Lyrics
Tumi Ahiba Buli Lyrics

Tumi Ahiba Buli Lyrics:---

(তুমি আহিবা বুলি
বাৰে বাৰে মই) ×২
পদূলি মুখলৈ চাওঁ
(আগ চোতালৰ
কৰৱী জোপাৰ) ×২
(কিজানি সুবাস পাওঁ) ×২

বন্ধ ঘৰত মোৰ
ছাটি-ফুটি মন
আমনি লাগিছে বৰ
কোনেনো বুজিব
বুকুৰ বেদনা?
নিৰিৱিলি জীৱনৰ
(আহিবা বুলিয়েই
চিনাকী সুৰটি) ×২
(অজানিতে গুণ গুণাওঁ) ×২2
(তুমি আহিবা বুলি
বাৰে বাৰে মই...) ×২

তুমিতো নেজানা
তোমাৰ বাবেই
কৰিছোঁ কত আয়োজন
পূজাৰ বেদীও
আছে হৈ খালী
তোমাক বহু প্ৰয়োজন
(আজি কিয় জানো
ভাল লাগি আছে মন) ×২
(এই যেন দেখা পাওঁ...) ×২
(তুমি আহিবা বুলি
বাৰে বাৰে মই) ×২
পদূলি মুখলৈ চাওঁ
(আগ চোতালৰ
কৰৱী জোপাৰ) ×২
(কিজানি সুবাস পাওঁ) ×২

Post a Comment

Previous Post Next Post

Contact Form