Xuoroni Jogai Poem By Kuladhar Rabha

Poem: Xuoroni Jogai (সোঁৱৰণী জগাই)

Poet: Kuladhar Rabha

Xuoroni Jogai Poem
Xuoroni Jogai Poem

Xuoroni Jogai Poem:---

সোঁৱৰণী জগাই বুকুত শিহৰণ

নুবুজা এক স্বপ্ন কৰুণ

অমৃতময় তোমাৰ ভাৱনাই

দিলেহি বুকু খন্দুৱাই

এক বুজা- নুবুজা ভাৱনা ।

থৈ গ’ল মোৰ হৃদয়ত

ছবি আঁকি

শ্যামল তূলিকাৰে,

এক নেদেখা পৰিহাৰ্য দৃশ্য ।

Post a Comment

Previous Post Next Post

Contact Form