Alo Bhai Gokule Lyrics By Srimanta Madhabdev

Song: Alo Bhai Gokule (আলো ভাই গোকুলে)

Singer: Srimanta Madhabdev

Alo Bhai Gokule Lyrics
Alo Bhai Gokule Lyrics

Alo Bhai Gokule Lyrics:---

ধ্ৰুং ।।
আলো ভাই গোকুলে আনন্দ জয় জয়
মিলিছে পৰম মহোদয় ।।

পদ ।।
যিটো নিগমেৰ গুপ্ত বিত্ত ।
হেন হৰি গোকুলে বিদিত ।।

শুনিতে কৌতুক অনুপাম ।
ব্ৰক্ষ্মেৰ বৰণ ঘনশ্যাম ।।

পৰমাত্মা যিটো লক্ষ্মীপতি ।
হুয়া আছে গোপেৰ সঙ্গতি ।।

মিলিছে বৈকুণ্ঠ মহোত্‍সৱ ।
সদায়ে আনন্দ হৰি ৰব ।।

গোকুলেৰ ভাগ্যেৰ মহিমা ।
কেবা কহি কৰিবেক সীমা ।।

কহয় মাধৱ মুঢ় মতি ।
হৰি পাদপদ্মে মোৰ গতি ।।

Post a Comment

Previous Post Next Post

Contact Form