Bandh Moi Nirupai Lyrics By Bhupen Hazarika

Song: Bandh Moi Nirupai (বান্ধ মই নিৰুপায়)

Singer: Bhupen Hazarika

Bandh Moi Nirupai Lyrics
Bandh Moi Nirupai Lyrics

Bandh Moi Nirupai Lyrics:---

হেʼ বান্ধ মই নিৰুপায়
কি কৰোঁ, কি কৰোঁ উপায়
কোৱাঁ কোৱাঁ কি উপায়
ভাল পোৱা নিঠুৰ দানৱ
ধৰেহি সদায় বান্ধ
মই নিৰুপায় ।

বৰ পোৰণি আছে বান্ধ,
ফেটী সাপৰ বিষত
তাৰো অধিক কষ্ট বান্ধ
ৰমণীৰ ৰূপত
প্ৰিয়াৰ বাহু-লতাৰ অগনি
দেখোঁ নুনুমায় ।

প্ৰেম জ্বৰ সন্নিপাতৰ নাই কবিৰাজটি
পলাবলৈ গৈ খাওঁ বাৰে বাৰে উজুটি
শিকলিৰে বান্ধা বান্ধা
মন বʼহাগৰ কুলি
মন ৰমণীক মন নিদিলে

যাব বান্ধোন খুলি
প্ৰিয়াৰ কাজল চকুৰ চাৱনি-
ধমনীত সোমায় ।

Post a Comment

Previous Post Next Post

Contact Form