Bao Soku Lorise Lyrics By Archana Mahanta

Bao Soku Lorise Lyrics By Archana Mahanta, visit AssameseLyrical.com for more Assamese lyrics

Song: Bao Soku Lorise (বাওঁ চকু ল'ৰিছে)

Singer: Archana Mahanta

Bao Soku Lorise Lyrics

Bao Soku Lorise Lyrics:---

বাওঁ চকু ল'ৰিছে তুমি চাগে আহিবা ←২
মনে মনে মনে আহি চকু মুদাই ধৰিবা ←২
বাওঁ চকু ল'ৰিছে তুমি চাগে আহিবা

কি সাজ পিন্ধো বাৰু কি সাজ পিন্ধো
ওঁ কৈ দিয়াচোন
কৈ দিয়াচোন ! ←২
চকুত কাজল ল'লে
কেনে দেখি চোৱাচোন

চিঁচাৰ নিপিন্ধোঁ চুৰি
সাৱটোতে ভাঙিব
এনে যেন লাগিছে
তুমি আজি আহিবা
বাওঁ চকু ল'ৰিছে তুমি চাগে আহিবা
মনে মনে মনে আহি চকু মুদাই ধৰিবা

(তোমাক দেখিলে লাজ কিয় লাগে ক'বানে
কেনেকে যৌৱন তুমি কিবা জানানে)←২
নুবুজি বহুত কথা তুমি মাথোঁ আহিবা ←২
এনে যেন লাগিছে তুমি আজি আহিবা
বাওঁ চকু ল'ৰিছে তুমি চাগে আহিবা
মনে মনে মনে আহি চকু মুদাই ধৰিবা
বাওঁ চকু ল'ৰিছে তুমি চাগে আহিবা
তুমি চাগে আহিবা ←২

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0