Barixare Boroxa Huwa Lyrics By Rakesh Reeyan

Barixare Boroxa Huwa Lyrics By Rakesh Reeyan, visit AssameseLyrical.com for more Assamese lyrics

Song: Barixare Boroxa Huwa (বাৰিষাৰে বৰষা হোৱা)

Singer: Rakesh Reeyan

Musical: Palash Surya Gogoi 

Barixare Boroxa Huwa Lyrics
Barixare Boroxa Huwa Lyrics

Barixare Boroxa Huwa Lyrics:---


বাৰিষাৰে বৰষা হোৱা... বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে.. বাৰে বাৰে ×2



ঋতু আহেনো যায়...বুকুতে বাগৰ সলাই
লাজে লাজে.. ধীৰে ধীৰে
অ.. পাৰা যদি তুমি আহি চোৱা এবাৰ
একেবাৰে...কাষৰলে..
ধৰা দিয়া কিয় সপোনতে... বাৰে বাৰে...
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে..বাৰে বাৰে



থাকা উৰে ৰাতি.. দিনবোৰো সামৰি
কলিজাতে.. সগোপনে..
চকু মেলি চালে তোমাকে যেন দেখোঁ
কাষৰতে....ঘনে ঘনে
ধৰা দিয়া কিয় সপোনতে... বাৰে বাৰে
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে.. না না না না...।





COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0