Bohagor Borokhun Lyrics By Anima Choudhury

Song: Bohagor Borokhun (বহাগৰ বৰষুণ)

Singer: Anima Choudhury

Bohagor Borokhun Lyrics
Bohagor Borokhun Lyrics

Bohagor Borokhun Lyrics:--

(বহাগৰ
বৰষুণ )← ২
ৰুণ ঝুন ঝুন ←৩
সুকোমল
গীতৰ
মূৰ্চ্ছনা
সুকোমল গীতৰ মূৰ্চ্ছনা
শাওনৰ বৰষুণ !
গুন গুন গুন←৩
সকৰুণ
ছন্দৰ
অন্তৰা
সকৰুণ ছন্দৰ অন্তৰা
হ'লো আমি অস্থায়ী গীতৰ প্ৰথমা..!
বৰষুণ...!
ৰুণ ঝুন ঝুন ←৩

(প্ৰথম পৰিচয় নয়নে নয়ন
চঞ্চল চাৱনিত লাজৰ ভৰন )←২
নিদাৰুন ৰীতি নীতিত
আমি হ’ম লয়
গীত হ’ব প্ৰীতিৰ বন্দনা
বৰষুণ....
ৰুণ ঝুন ঝুন ←৩

সমীৰে সানি দিব সুষমা সোৱাদ ←২
বৰষুণে গাব গীত মধু পঞ্চমা
ঋতুৱে ঋতুৱে ই আহে আৰু যায় ←২
অংকুৰ ফুল হৈ যাচে অৰ্চনা
বৰষুণ...!
ৰুণ ঝুন ঝুন ←৩
সুকোমল
গীতৰ
মূৰ্চ্ছনা
সুকোমল গীতৰ মূৰ্চ্ছনা
শাওনৰ বৰষুণ !
গুনগুনগুন গুনগুনগুন গুন গুন গুন
সকৰুণ
ছন্দৰ
অন্তৰা
সকৰুণ ছন্দৰ অন্তৰা
হ'লো আমি অস্থায়ী গীতৰ প্ৰথমা..!
বৰষুণ...!
ৰুণ ঝুন ঝুন ←৩

Post a Comment

Previous Post Next Post

Contact Form