Assamese Lyrics
Bohagote Ahibi Senai Lyrics By Queen Das
Song: Bohagote Ahibi Senai (ব’হাগতে আহিবি চেনাই)
Singer: Queen Das
![]() |
| Bohagote Ahibi Senai Lyrics |
Bohagote Ahibi Senai Lyrics:–
ব’হাগতে আহিবি চেনাই ঐ
খোপাতে এপাহি কপৌফুল দিবলৈ
ব’হাগতে পখিলা উৰিলে
তই জানো নাহিবি মৰম দিবলৈ
ব’হাগতে এ …
তোৰে মোৰে মাজত আছে, সমাজৰে নৈ
সাতুৰি পাৰ হ’ম, তোকে পাবলৈ
তই জানো নাহিবি সমাজৰ ভয়তে
তই জানো নাহিবি সমাজৰ ভয়তে ?
খোপাতে এপাহি কপৌফুল দিবলৈ
খোপাতে এপাহি কপৌফুল দিবলৈ ।
ব’হাগতে আহিবি চেনাই ঐ
খোপাতে এপাহি কপৌফুল দিবলৈ
ব’হাগতে এ …
মই যদি পুৱতি হওঁ, পখীৰে তই গীত
মই যদি ব’হাগ হওঁ, তই উটনোৱা চিৎ
চেনাই তই আহিবি এইবাৰ বিহুতে
চেনাই তই আহিবি এইবাৰ বিহুতে
খোপাতে এপাহি কপৌফুল দিবলৈ
খোপাতে এপাহি কপৌফুল দিবলৈ ।
ব’হাগতে আহিবি চেনাই ঐ
খোপাতে এপাহি কপৌফুল দিবলৈ
ব’হাগতে পখিলা উৰিলে
তই জানো নাহিবি মৰম দিবলৈ
ব’হাগতে এ …
