Degar Mari Mori Jam Lyrics By Simanta Shekhar, visit AssameseLyrical.com for more Assamese lyrics
Song: Degar Mari Mori Jam (দেগাৰ মাৰি মৰি যাম)
Singer: Simanta Shekhar
![]() |
Degar Mari Mori Jam Lyrics |
Degar Mari Mori Jam Lyrics:---
কপৌ চৰাই কলিজাত জান অ'ই।
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ'ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ'ই আ...
মাছে নো যায় উজায়ে জানা।
নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ'ই নাজানা।
গুলি মাৰি যাম
অ' বনৰীয়া আ...
অ'... আ...॥
সপোনত ওঁ তোকে দেখো।
দিঠকতো মই তোকে দেখো॥
জান নে নাজান বুজ নে নোবোজ।
পদুম ফুলাদি ফুলিচ বুকুতে॥
কপৌ চৰাই কলিজাত জান অ'ই।
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ'ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ'ই আ...
মাজুলীৰে কনেং তই।
দিচাংমুখৰে ডেকাটি মই॥
বুজিওঁ নোবোজ দেখিওঁ নেদেখ।
পগলা হলো তোৰে মৰমতে॥
কু-কৰণী কলিজাত জান অ'ই
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ'ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ'ই আ...
মাছে নো যায় উজায়ে জানা।
নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ'ই নাজানা।
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
নদী জাপে দি মৰি যাম
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ'ই আ...
COMMENTS