Eneke Nokoba Lyrics By Anima Choudhury

Song: Eneke Nokoba (এনেকে নকবা)

Singer: Anima Choudhury 

Eneke Nokoba Lyrics
Eneke Nokoba Lyrics

Eneke Nokoba Lyrics:---

এনেকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে )_২

( পুৱতিৰ শেষ তৰা মাৰ যোৱা নাই
সমীৰৰ শেষ সুৰ দুৰ হোৱা  নাই )_২
বহু ক্ষণ আৰু বাকী আছে পূৱালে
এনেকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে ।

এতিয়াও কেতেকীয়ে আছে গীত গাই
শেৱালীৰ শেষ পাহী ফুলি উঠা নাই
মিলনৰ তৃষা আছে পুৰ হবলে
এনকে নকবা যাওঁ দেই বুলি
কথা দেখো বাকী আছে বহু কবলে ।

Post a Comment

Previous Post Next Post

Contact Form