Kane Kane Aji Xei Kotha Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Kane Kane Aji Xei Kotha (কানে কানে আজি সেই কথা)
Singer: Zubeen Garg
![]() |
Kane Kane Aji Xei Kotha Lyrics |
Kane Kane Aji Xei Kotha Lyrics:--
শুনা শুনা
কানে কানে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি
নিৰৱে মোৰ
কাষত আছা
শুনা শুনা
কানে কানে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি
নিৰৱে মোৰ
কাষত আছা
বুজিও নুবুজা কিয়
নয়নৰ প্ৰকাশ
জানিও নাজান কিয়
মনৰ অভিলাষ
বুজিও নুবুজা কিয়
নয়নৰ প্ৰকাশ
জানিও নাজান কিয়
মনৰ অভিলাষ
অভিমানী কিয় তুমি
বুকু জলোৱা
আকাশ মোৰ পোহৰাব
তোমাৰ পৃথিৱী
শুনা শুনা
কানে কানে আজি সেই কথা
অ' অ' অ' কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি
নিৰৱে মোৰ
কাষত আছা
আছিলা যেতিয়া দূৰত
মেঘৰ সিপাৰত
জানিলা গোপনে আহি
এজাক সপোনত
আছিলা যেতিয়া দূৰত
মেঘৰ সিপাৰত
জানিলা গোপনে আহি
এজাক সপোনত
জীৱনে মোৰ নজনাকে
চেনেহ বুলালে
সুৰৰ আকাশ উজলালে
তোমাৰ মৰমে
শুনা শুনা
কানে কানে আজি সেই কথা
অ' অ' অ' কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি
নিৰৱে মোৰ
কাষত আছা
শুনা শুনা
কানে কানে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি
নিৰৱে মোৰ
কাষত আছা
COMMENTS