Kun Kot Aso Lyrics By Jyoti Prasad Agarwala

Song: Kun Kot Aso (কোন ক’ত আছ)

Singer: Jyoti Prasad Agarwala

Kun Kot Aso Lyrics
Kun Kot Aso Lyrics

Kun Kot Aso Lyrics:---

কোন ক’ত আছ
আহ অ’ ডেকা ল’ৰা
তই সমুখত হ’ থিয়
মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয় ?

শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰে ছোৱালী অ’
তই পাছে পৰি পৰি থাক কিয় ?
অসম দেশৰে ছোৱালী অ’

ভাৰত বৰিষ বিয়পি জ্বলিছে
যুঁজৰ অগনি শিখা
অসমীয়া তই টোপনি নেৰিবি
কিনো ভাইগৰ লিখা ।।

Post a Comment

Previous Post Next Post

Contact Form