Mora Aauxir Rati Lyrics By Upen Kakati

Song: Mora Aauxir Rati (মৰা আঁউসীৰ ৰাতি)

Singer: Upen Kakati

Mora Aauxir Rati Lyrics
Mora Aauxir Rati Lyrics

Mora Aauxir Rati Lyrics:---

মৰা আঁউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই
ঘৰ জেউতিৰ হাঁহি নুমাই মৰহি যায় ।

আল্লাক সাৰথি কৰাহে বান্ধ
আল্লাক সাৰথি কৰাহে বান্ধ
দেহৰে ভৰসা নাই মোৰ আল্লা
জীৱৰে তৰণী নাই মোৰ আল্লা
দেহৰে ভৰসা নাই ।

দুনীয়া এদিনৰ, দুনীয়া দুদিনৰ
দুনীয়া ফুলনি বাৰী ।
ঘুণীয়া শৰীৰত জোৱাৰৰ তেজ নাই
সময়বোৰ নাহে যে ঘুৰি মোৰ আল্লা
জীৱৰে তৰণী নাই মোৰ আল্লা
দেহৰে ভৰসা নাই ।

ঘৰৰে কাষৰে জাতি বাঁহ এজুপি
সিওঁ মোৰ সোদৰৰ ভাই ।
জীয়াই থাক মানে কৰো কাঠি-কামি
মৰিলে লগতে যায় মোৰ আল্লা
জীৱৰে তৰণী নাই মোৰ আল্লা
দেহৰে ভৰসা নাই ।

Post a Comment

Previous Post Next Post

Contact Form