Morom Dili Seneh Dili Lyrics By Trishna Devi, visit AssameseLyrical.com for more Assamese lyrics
Song: Morom Dili Seneh Dili (মৰম দিলি চেনেহ দিলি)
Singer: Trishna Devi
![]() |
Morom Dili Seneh Dili Lyrics |
Morom Dili Seneh Dili Lyrics:---
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
পিছে ! মই ষোল্ল বছৰত ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই ।
নাজানো ভালপোৱা কি?
নুবুজোঁ প্ৰেম মানে কি ?
এনে কথা নকবি দুনাই
অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই ...
নাজান নে আইৰে ঘৰৰ মই নুমলিনী
মোৰ নাম ৰাঙঢালী মই আঁজলী ছোৱালী
অ’ ... নাজান নে আইৰে ঘৰৰ মই নুমলিনী
মোৰ নাম ৰাঙঢালী মই আঁজলী ছোৱালী
ফাগুনৰে মই পছোৱা উৰণীয়া বা
সপোনৰে ৰাজকুৱঁৰী মোৰ কিমান আশা
ফাগুনৰে মই পছোৱা উৰণীয়া বা
সপোনৰে ৰাজকুৱঁৰী মোৰ কিমান আশা
এনে কথা নকবি দুনাই
অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই ...
তোলৈ চাই চাই কিয় মোৰ লাজে লাগি যায়
যৌৱনৰে ৰ’দ কাঁচলিত অগনি জ্বলায়
অ’ ... তোলৈ চাই চাই কিয় মোৰ লাজে লাগি যায়
যৌৱনৰে ৰ’দ কাঁচলিত অগনি জ্বলায়
বহাগৰে মই নাচনী তইযে ঢুলীয়া
নেমাতিবি সোণ বুলি মোক মন হয় বলীয়া
কাষলে তই নাহিবি ঘনাই
অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই
মই ষোল্ল বছৰত ভৰি দিয়া নাই ।।
COMMENTS