Mure Jibonore Lyrics By Jyoti Prasad Agarwala

Song: Mure Jibonore (মোৰে জীৱনৰে)

Singer: Jyoti Prasad Agarwala

Mure Jibonore Lyrics
Mure Jibonore Lyrics
মোৰে জীৱনৰে সখা কৃষ্ণ
বজাৱ কি সুৰে বেণু?
কপালতে তোৰ কোনে আঁকি দিলে
ইন্দ্ৰধনু ।

পুঁৱতি নিয়ৰে সানে চৰণতে
শুকুলা মুকুতা ৰেণু
শ্যামল গাতে কোনে
চন্দন পিন্ধালে ?

অ’ তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু কৃষ্ণ তই
বজাৱ সোণৰে বেণু ।

সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ।।

Post a Comment

Previous Post Next Post

Contact Form