O Maijaan Tuke Dekha Pai Lyrics By Ridip Dutta

Song: O Maijaan Tuke Dekha Pai (অ’ মাইজান তোকে দেখা পাই) 

Singer: Ridip Dutta

O Maijaan Tuke Dekha Pai Lyrics
O Maijaan Tuke Dekha Pai Lyrics

O Maijaan Tuke Dekha Pai Lyrics:--

অ’ মাইজান তোকে দেখা পাই
অ’ মাইজান ৰাতি টোপনি নাই
মাইজান মোৰ বুকু চমেচমাই ...
অ’ মাইজান এয়া ব’হাগত
অ’ মাইজান মন উৰা বতৰ
মাইজান মোৰ মন
তোৰ কাষলৈ উৰি যায় ।

মন ফুলনিত আজি
ব’হাগে দোলনি লগায়
হিয়া উঠলি উঠে
তোৰে অ’ সহাৰি পায় ।

হে মাইজান জীৱন থাকে মানে
হে মাইজান পিৰীতি তই কৰিবি
মাইজান দেহা গ’লে বেহাও যায় ।

তোৰে চকুলে’ চাই চাই
হেঁপাহ মোৰে নপলায়
তোৰে হাঁহিটি যে পায়
বুকু মোৰ জুৰ পৰি যায় ।

অ’ মাইজান জীৱন থাকে মানে
হে মাইজান পিৰীতি তই কৰিবি
মাইজান দেহা গ’লে বেহাও যায় ।

হে মাইজান ...
অ’ মাইজান ...

Post a Comment

Previous Post Next Post

Contact Form