Reboti Lyrics By Dikshu Sarma

Reboti Lyrics By Dikshu Sarma, visit AssameseLyrical.com for more Assamese lyrics

Song: Reboti (ৰেৱতী)

Singer: Dikshu Sarma 

Reboti Lyrics
Reboti Lyrics

Reboti Lyrics:---

এ হাঁয় ঐ
এইবেলি বহাগত নাচিম শেষবাৰলৈ
হেপাহ পলুৱাই তোৰ লগত
বহাগৰ শেষতে লখিমী ৰূপতে
এ হাঁয় ঐ সোমাবিহি ঘৰত
মোৰে মৰমৰে উমত

ঐ লাহি পাহি দেহাটি তোৰে ঐ মইনা
গোলাপ ফুলা দুখন গাল
মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা
কলিজা হয় চাৰি ফাল
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

ৰে ৰেৱতী নেমু কুমলীয়া
ৰে ৰেৱতী মৰম আলসুৱা

ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

মৰম হৈ আছিলি হাঁয় হাঁয় ঐ
হবি জীৱন লগৰী
বুকুৰ বিহুতলিত হাঁয় হাঁয় ঐ
নাচিবি কঁকাল ভাঙি
মনে বিচাৰিলেই হাঁয় হাঁয় ঐ
জান বুলি মাতিলেই হাঁয় হাঁয় ঐ
আহিবি তই কাষলে মোৰ
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0