Assamese Lyrics
Sitrolekha Nasun Nase Lyrics By Bishnu Prasad Rabha
Song: Sitrolekha Nasun Nase (চিত্ৰলেখা নাচোন নাচে)
Singer: Bishnu Prasad Rabha
![]() |
| Sitrolekha Nasun Nase Lyrics |
Sitrolekha Nasun Nase Lyrics:—
চিত্ৰলেখা নাচোন নাচে
কুমৰৰ পাশে
নানা ধৰণে নটী নাচোন নাচে ।
ক্ষণে উঠে ক্ষণে বসে
তালে দিয়া মান, হে ৰাম –
মধুমাসে মৌৰা যেন
ধৰিছে পেখ্ম, হে ৰাম
শূন্যত নাচ নাচি
পৰম হৰিসে
বৰণ মধুৰ যেন অমৃত বৰিষে
কণ্ঠি লৰে হাত লৰে
ককালত জেঠিহে ৰাম
দশো আঙুলিত দোলে
সোণাৰ আঙুঠি
চিত্ৰলেখ নাচে যে
হংসিনী উৰয়
সেহিনা ৰূপত চিত্ৰে
কুমৰ হৰয় ।।
