Agnire Moi Khela Khelisu Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics
Song: Agnire Moi Khela Khelisu (অগ্নিৰে মই খেলা খেলিছোঁ)
Singer: Jyoti Prasad Agarwala
![]() |
Agnire Moi Khela Khelisu Lyrics |
Agnire Moi Khela Khelisu Lyrics:---
অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি
কোনো যদি নাহে
নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি
মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷
COMMENTS