Aji Janatar Duware Duware Lyrics By Jyoti Prasad Agarwala

Song: Aji Janatar Duware Duware (আজি জনতাৰ দুৱাৰে দুৱাৰে)

Singer: Jyoti Prasad Agarwala

Aji Janatar Duware Duware Lyrics
Aji Janatar Duware Duware Lyrics

Aji Janatar Duware Duware Lyrics:---

আজি জনতাৰ দুৱাৰে দুৱাৰে 
নতুন মন্ত্ৰ মাতি
ফুৰে চিৰসুন্দৰ

সেইহে জনতা জাগি
আলোকমুখী হৈ
গায় গায় মহাজীৱনৰ ৷

বহু বহু যুগৰ, চকুপানীয়ে
প্ৰলয়ৰ ৰূপ ধৰি
উত্ৰাৱল হৈ পখালিলে গৈ
চিৰসুন্দৰৰ ভৰি ৷

সেইহে নামি আহি
দুখীয়াৰ ঘৰলৈ যায়
মাটিৰ থাপনালে’

আকাশৰ তৰা নমাই
দিব্য পোহৰৰে কত
জ্যোতি জ্বলায় ৷

Post a Comment

Previous Post Next Post

Contact Form