Assamese Lyrics
Aru Tu Nilikhu Podum Kolir Lyrics By Jyoti Prasad Agarwala
Song: Aru Tu Nilikhu Podum Kolir (আৰু তো নিলিখোঁ পদুমকলিৰ)
Singer: Jyoti Prasad Agarwala
![]() |
| Aru Tu Nilikhu Podum Kolir Lyrics |
Aru Tu Nilikhu Podum Kolir Lyrics:—
আৰু তো নিলিখোঁ পদুমকলিৰ
কবিতা মই সখি
আৰুতো নাচাওঁ পদুম কলিৰ
পাহিবোৰ লেখি লেখি ৷
আজি মই গান
বোকাত জহি যোৱা
মানুহৰ জয়গান
কঁপাই জনৰ প্ৰাণ,
যি প্ৰাণৰ অভ্যুদয়ে
নোহোৱা নোপজা
সমাজ গঢ়িব,
মহাজীৱনৰ সপোন ৰচিব
মানুহ কৰি সঁচা মানুহ
মহা আলোকৰ বাটে বাটে
কৰিব অভিযান,
সেই, মানুহ প্ৰাণৰ পদুম ফুলাৰ
গাম অভিনৱ গান ৷৷
