Barixar Borokhun Lyrics By Jyoti Prasad Agarwala

Barixar Borokhun Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics

Song: Barixar Borokhun (বাৰিষাৰ বৰষুণ)

Singer: Jyoti Prasad Agarwala

Barixar Borokhun Lyrics
Barixar Borokhun Lyrics 

Barixar Borokhun Lyrics:---

বাৰিষাৰ বৰষুণ,
কিনো কৱ গুণগুণ
কিনো গাৱ ৰুণৰুণ
কি বজাৱ জুন্‌জুন্‌ 
বাৰিষাৰ বৰষুণ

আকাশত পাখি মেলি
উৰি ফুৰা আশাই
জীৱনৰ
সপোনৰ
কয়নে কিবা কথা
ধাৰাসাৰে
নামি অহা ভাষাই ভাষাই ৷

তোৰ বিননিত মই
এটি শবদীয়া ভাষা
বাৰে বাৰে শুনো
তাকে লেখি তাকে পঢ়ি শুনো ৷

জিৰজিৰ নতুন
ঝৰঝৰ নৰুন
কৰকৰ নতুন
ধৰধৰ নতুন
গছ-বন নতুন
ফুল-ফল নতুন
তাকে দিয়
তাকে কৱ

বাৰিষাৰ বৰষুণ
কিৰিষিৰ বৰষুণ
হৰিষৰ বৰষুণ
বাৰিষাৰ বৰষুণ ৷৷

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0