Baxanta Tur Lekhoni Dali Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics
Song: Baxanta Tur Lekhoni Dali (বসন্ত তোৰ লেখনীডালি)
Singer: Jyoti Prasad Agarwala
![]() |
Baxanta Tur Lekhoni Dali Lyrics |
Baxanta Tur Lekhoni Dali Lyrics:---
বসন্ত তোৰ লেখনীডালি
মোক দি যাবি জানো?
সেই লেখনীৰে ভাষা ফুলনিত
অময়া বৰণ সানো ৷
পৃথিৱী পুঠিৰ
যুগৰ পাতত
তই যে আঁক ছবি
ভাষাই ভাষাই ৰূপ চৰোৱা
মই যে নতুন কবি,
মোৰ লেখনীত তোৰ লেখনীৰ
স্বৰূপ প্ৰকাশ পাওক
নেদেখা আৰু দেখা কৰিব
জগতেই গান গাওক ৷৷
COMMENTS