Bihu Gamosate Lyrics By Jyoti Prasad Agarwala

Song: Bihu Gamosate (বিহু গামোচাতে)

Singer: Jyoti Prasad Agarwala

Bihu Gamosate Lyrics
Bihu Gamosate Lyrics 

Bihu Gamosate Lyrics:---

বিহু গামোচাতে
আচুৰে নাবাছি
গুণাৰে বাছিলি ফুল

জীৱনত লগালি কিনো সেন্দুৰীয়া
কিনো আপদীয়া ভুল৷
ফুলতে বাছিলি
তোৰে পদুম চকু
দেখি মোৰ হেন্দোলে বুকু

হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা
চলালি মৰমৰ মাকো৷
ফুলাম গামোচাৰে ব’লি অ’ লখিমী
যাউতিযুগীয়া
প্ৰাণৰে সাঁকো৷৷

Post a Comment

Previous Post Next Post

Contact Form