Bon Moinar Maat Xuni Lyrics By Jyoti Prasad Agarwala

Published on May 13, 2020

Song: Bon Moinar Maat Xuni (বন-মইনাৰ মাত শুনি )

Singer: Jyoti Prasad Agarwala

Bon Moinar Maat Xuni Lyrics
Bon Moinar Maat Xuni Lyrics

Bon Moinar Maat Xuni Lyrics:—-

বন-মইনাৰ মাত শুনি       
বন কইনা শাঁত
বন জোনাকত
কোনে গাৱ
বনৰীয়া জাত

বন কইনাৰ হাঁহি গৈ
বন মালতী হ’ল
বন পখিলা উৰি আহি
মৌ খাবলৈ ৰ’ল

বনৰ মাজত নাচে হাঁহে
বনৰ কইনা
মই নেদেখা তই নেদেখা
সেউজী মইনা ৷৷