Bukur Tejerey Likha Gaan Mur Lyrics By Jyoti Prasad Agarwala

Song:Bukur Tejerey Likha Gaan Mur 

Singer:Jyoti Prasad Agarwala

Bukur Tejerey Likha Gaan
Bukur Tejerey Likha Gaan 

Bukur Tejerey Likha Gaan Mur

বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গান মোৰ
আলৈ আথানি
নকৰিবি৷

মোৰ, সুৰৰ চুমাত
কোন কোন সাৰ পাৱ?
মোৰ গান শুনি, কোন কোন ভোল যাৱ?
মই কোৱা সেই জোনাকী সাধুটো

নাপাহৰিবি
নাপাহৰিবি
নাপাহৰিবি৷৷

Post a Comment

Previous Post Next Post

Contact Form