Gaonor Bahoni Dora Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Bahoni Dora (গাঁৱৰ বাঁহনি ডৰা)

Singer: Jyoti Prasad Agarwala

Gaonor Bahoni Dora Lyrics
Gaonor Bahoni Dora Lyrics


গাঁৱৰ বাঁহনি ডৰা
বনৰীয়া পখিলাৰে ভৰা ৷

চকৰী-ফেটীয়া ফেট
তুলি তুলি নাচে
যখিনী ছোৱালী
ছাঁতে লুকাই আছে ৷

আউসীৰ দিনা
কেঁট-কেঁটকৈ
তাত কোনোবাই মাতে
ফুচ্‌-ফুচ্‌কৈ তাত কোনোবাই
আন্ধাৰৰে কথা পাতে ৷৷

Post a Comment

Previous Post Next Post

Contact Form