Jay Hind Lyrics By Jyoti Prasad Agarwala

Song: Jay Hind (জয় হিন্দ্‌)

Singer: Jyoti Prasad Agarwala

Movie: Lavita

Jay Hind Lyrics

Jay Hind Lyrics:--

জয় হিন্দ্‌
জয় জয়
জয় হিন্দ্‌ জয় জয়
নৱভাৰতৰ নবীন আৰুণোদয়
জয় হিন্দ্‌ জয় জয় ৷

যুগান্তৰৰ আন্ধাৰ জিনি
আগবাঢ়ি যা ন’ যোৱান!
তোৰ হাতত উৰে বিজয়ী নিচান ৷
ইন্‌কিলাব জিন্দাবাদ্‌
হিন্দ্‌ আজাদ হিন্দ্‌ আজাদ ৷৷




Post a Comment

Previous Post Next Post

Contact Form