Jilimili Jilimili Lyrics By Arati Mukherjee

Song: Jilimili Jilimili (জিলিমিলি ! জিলিমিলি !)

Singer: Arati Mukherjee

Jilimili Jilimili Lyrics
Jilimili Jilimili Lyrics

Jilimili Jilimili Lyrics:---


জিলিমিলি ! জিলিমিলি !
আশাৰ তৰা জ্বলে !
খেলি মেলি সপোন আহি
কি যে লহৰ তোলে !

মোৰ যে আশা পাখি মেলি
উৰি যায় সপোনলে
অ’.. ও .
তোমাৰ মৰম ছাঁয়াতে
মিঠা জোনাক নামে
জিলিমিলি মলয়াতে
মনৰ আঁচল উৰে
ৰিমিঝিমি সুৰে সুৰে
মোৰ হৃদয় ভৰে !
মোৰ যে হৃদয়
বিচাৰে তোমাক
মিলনৰে গানে গানে

অ’.. ও ..
মোৰ যে হৃদয়
বিচাৰে তোমাক
মিলনৰে গানে গানে
ইমান নিবিৰ মায়াৰে
নতুন সপোন আনে !
ইমান নিবিৰ মায়াৰে
নতুন সপোন আনে !
জিলিমিলি জিলিমিলি
আশাৰ তৰা জ্বলে !
খেলি মেলি সপোন আহি
নিতে লহৰ তোলে ৷৷

Post a Comment

Previous Post Next Post

Contact Form