Juire Ki Xur Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics
Song: Juire Ki Xur (জুইৰে কি সুৰ)
Singer: Jyoti Prasad Agarwala
![]() |
Juire Ki Xur Lyrics |
Juire Ki Xur Lyrics:---
জুইৰে কি সুৰ লিখি যাৱ
জুইৰে কি সুৰ লিখি যাৱ
তোৰ বিজুলী বহ্নি বৰষা গান
কিয় গাৱ, কিয়া গাৱ?
অ’ মোৰ মনৰ বলিয়া
কোন, জুই কুঁৱৰীৰ
অগ্নি বীনৰ সুৰ
তোৰ সপোনে সপোনে পুৰ
সেইহে আজি মনৰ বনত
অগ্নি বসন্ত
নৱ জাগৰণে জাগে
আলোকমুখী যত ফুল দলে
অনল চুমাৰ
তপ্ত দহন মাগে ৷
অ’ মোৰ মনৰ বলিয়া !!
COMMENTS