Junor Junak Bhal Puwa Lyrics By Jyoti Prasad Agarwala

Song: Junor Junak Bhal Puwa (জোনৰ জোনাক ভাল পোৱা)

Singer: Jyoti Prasad Agarwala

Junor Junak Bhal Puwa Lyrics
Junor Junak Bhal Puwa Lyrics

Junor Junak Bhal Puwa Lyrics:---

জোনৰ জোনাক ভাল পোৱা
জোনৰ জোনাক ভাল পোৱা 
পখিলা এটা আছে
জোন দেখিলে
উৰি উৰি
ফুৰ্‌ফুৰ্‌কৈ নাচে ৷

বেলি দেখিলে
পাতৰ আঁৰত
জোন দেখিলে
আপোন সুৰত

নিশা ফুলা শেৱালি ফুলক
চুবকে’ মৰম যাচে
গোটেই ৰাতিটো মৌ বিচাৰি
পুৱতিলৈ সাঁচে ৷

সি হিমৰ টোপাল পিন্ধিবলে’, বৰ ভাল পাই
সেইহে নিশা ফুৰিবলৈ যায় ৷৷



Post a Comment

Previous Post Next Post

Contact Form