Junor Junak Lyrics By Jyoti Prasad Agarwala

Song: Junor Junak (জোনৰ জোনাক)

Singer: Jyoti Prasad Agarwala

Junor Junak Lyrics
Junor Junak Lyrics

Junor Junak Lyrics:---

জোনৰ জোনাক চোতালে চোতালে
জোনৰ জোনাক
চোতালে চোতালে ফুৰে
বেলিৰ পোহৰ
বনে উপবনে ঘূৰে

মোৰ গানে নৈ
তেজৰ সোঁতত
বিজুলি সঞ্চাৰে
 আঘাত কৰি বাৰে বাৰে ৷

মোৰ গানৰ লগত
ভাবৰ আগ্নি যায়
সেই অগ্নিয়ে
নিৰাশা পুৰি
ছাখাৰ কৰি
আশাৰ প্ৰদীপ জ্বলায় ৷৷

Post a Comment

Previous Post Next Post

Contact Form