Kait Jungor Majotei Mur Lyrics By Jyoti Prasad Agarwala

Poem: Kait Jungor Majotei Mur (কাঁইট জোঙৰ মাজতেই মোৰ)

Writer: Jyoti Prasad Agarwala

Kait Jungor Majotei Mur Lyrics
Kait Jungor Majotei Mur Lyrics

Kait Jungor Majotei Mur Lyrics:---

কাঁইট জোঙৰ মাজতেই মোৰ
গানৰ সুৰৰ মেলা
এই ধুমুহাৰ বা-মৰালীৰ

চাকনৈয়াতেই
মোৰ যে ফুলাৰ বেলা
এই প্ৰলয়ৰ মাজে মাজেই

সৃষ্টিৰ মোৰ
পাতি ধুনীয়া মেলা
মই জ্বলাম চাকি বিশ্বমোহন

শোণিতৰাজি.... মোৰ কলিজাৰ
তিনিও ভুবন
উজ্জ্বল কৰি জ্বলা ৷৷

Post a Comment

Previous Post Next Post

Contact Form