Ketekir Gundh Jodi Lyrics By Jyoti Prasad Agarwala

Song: Ketekir Gundh Jodi (কেতেকীৰ গোন্ধ যদি)

Singer: Jyoti Prasad Agarwala

Ketekir Gundh Jodi Lyrics
Ketekir Gundh Jodi Lyrics

Ketekir Gundh Jodi Lyrics:---

কেতেকীৰ গোন্ধ যদি
ভালকে নাপাৱ
পদুমৰ গোন্ধ জানো পাবি ....

ৰঙা জবাব যদি
মৌ ভাল নাপাৱ
বগা জবাব মৌ খাবি ৷

পুৱতিৰ তৰা যদি
চালে চকু নুজুৰাই
সন্ধিয়াৰ তৰাটো চাবি
সোঁ বাটে গলে যদি
মোক লগ নাপাৱ
বাওঁ বাটেদিয়েই যাবি ৷৷

Post a Comment

Previous Post Next Post

Contact Form