Assamese Lyrics
Kun Batenu Puhor Lyrics By Rituparna Sharma
Song: Kun Batenu Puhor (কোন বাটেনো পোহৰ)
Singer: Rituparna Sharma
![]() |
| Kun Batenu Puhor Lyrics |
Kun Batenu Puhor Lyrics:—
কোন বাটেনো পোহৰ
কোন বাটেনো জীৱন
অন্ধ আশাত মনে
কান্দে কি কাৰণে
আকাশলৈ চাই
পোহৰ দেখোঁ নাই
আকাশলৈ চাই
পোহৰ দেখোঁ নাই
কোন বাটেনো পোহৰ
কোন বাটেনো জীৱন
দূৰণীয়া জীৱন বাটৰ
নাই দেখোঁ ওৰ
ক’তনা জনম ল’লো
আৰু কত দূৰ
বাটটি নিচিনি পথটি নিচিনি
কি যে অসহায়
কোন বাটেনো পোহৰ
কোন বাটেনো জীৱন
কোনো কাৰো নহয় আপোন
জীৱনটো সাঁথৰ
পথৰ শেষত আছে চাগৈ
নেদেখা পোহৰ
চকুলো মচি লৈ
যা তই অকলৈ
আশাৰো যে শেষ নাই
কোন বাটেনো পোহৰ
কোন বাটেনো জীৱন
অন্ধ আশাত মনে
কান্দে কি কাৰণে…
