Kun Meghor Xun Hoi Borokhun Lyrics By Ipsita Hazarika

Kun Meghor Xun Hoi Borokhun Lyrics By Ipsita Hazarika, visit AssameseLyrical.com for more Assamese lyrics

Song: Kun Meghor Xun Hoi Borokhun (কোন মেঘৰে সোণ হৈ বৰষুণ)

Singer: Ipsita Hazarika

Kun Meghor Xun Hoi Borokhun Lyrics
Kun Meghor Xun Hoi Borokhun Lyrics

Kun Meghor Xun Hoi Borokhun Lyrics:---

{কোন মেঘৰে সোণ হৈ বৰষুণ} <------2 
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <-----2

ৰুণ জুণ জুণ <-----2 ... 
{কোন মেঘৰে সোণ হৈ বৰষুণ} <-----2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <----2
ৰুণ জুণ জুণ <-----2 

{পদূলিৰে জবা জুপিত অকণি কলি তোৰে কোমল পৰশ লাগি উঠিলে ফুলি} <-----2 
{পখী আহি গীত গালে ডালতে পৰি} <-----2

গুণ গুণ গুণ <-----2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<-----2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<-----2
ৰুণ জুণ জুণ<-----2 

{বৰষুণৰ পৰশ লাগি সুৰুযে দিলেহি আঁকি আকাশতে সাত ৰঙৰে ৰামধেনু খনি}<-----2 
{বৰষুণে পৰশিলে মোৰে মনটি সাত ৰঙৰে ৰাঙলী হ'ল হিয়াখনি}<----2

পখী হৈ গীত গাম ডালতে পৰি যেন পখী হৈ গীত গাম ডালতে পৰি গুণ গুণ গুণ<-----2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<-----2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<-----2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<----2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<----2
ৰুণ জুণ জুণ  অ ৰুণ জুণ জুণ ৰুণ জুণ জুণ.....

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0