Naba Jibonor Silpi Lyrics By Jyoti Prasad Agarwala

Song: Naba Jibonor Silpi (নৱজীৱনৰ শিল্পী)

Singer: Jyoti Prasad Agarwala

Naba Jibonor Silpi Lyrics
Naba Jibonor Silpi Lyrics

Naba Jibonor Silpi Lyrics:---

নৱজীৱনৰ শিল্পী মই 
চিৰ জীৱনৰ শিল্পী তই ৷
জীৱনে জীৱনে হাঁহি    হাঁহি পাহি জপাওঁ
জন্ম আঁকো
জীৱন বাঁকো           
পাৰ হৈ যাওঁ মৰণ সাঁকো       
তোৰ লগতে থাকিও লগ নাপাওঁ ৷

তোৰ লগত থাকিও, লগ নোপোৱাৰ খেলা,         
ইয়াৰে মই পাতিলোঁ অ’
বিশ্বজোৰা মেলা
কত ৰূপৰ কত সপোন
মোৰ মনতে ফুলাই
মৰম গানৰ চৰম অগ্নি
উমাই উমাই জ্বলায় ৷৷

Post a Comment

Previous Post Next Post

Contact Form