Norokonkalor Nrittyo Lyrics By Jyoti Prasad Agarwala

Song: Norokonkalor Nrittyo (নৰকঙ্কালৰ নৃত্য)

Singer: Jyoti Prasad Agarwala

Norokonkalor Nrittyo Lyrics
Norokonkalor Nrittyo Lyrics

Norokonkalor Nrittyo Lyrics:---

নৰকঙ্কালৰ নৃত্য দেখিলি কোনে ?
ত্ৰাসত নাথাক মনে মনে ৷
ভয়ঙ্কৰী ছন্দ জাগি
উল্কাবেগে যায়
আকাশে
বতাহে
পৃথিৱীয়ে
প্ৰলয়ঙ্কৰী জুই জ্বলায় ৷

সেই অগনিয়ে
লোহাৰ মানুহ
সোণৰ কৰি যাব
ভ্ৰান্তৰ দলে
মানৱ প্ৰাণৰ
মহাজীৱনৰ, মহা সৌন্দৰ্য্যৰ
সত্য বিচাৰি পাব
আনন্দ গান গাব ৷৷

Post a Comment

Previous Post Next Post

Contact Form