Nupure Mate Runjun Lyrics By Jyoti Prasad Agarwala

Song: Nupure Mate Runjun (নূপুৰে মাতে ৰুণজুণ্‌)

Singer: Jyoti Prasad Agarwala 

Drama: Xonit Kuwori

Nupure Mate Runjun Lyrics
Nupure Mate Runjun Lyrics

Nupure Mate Runjun Lyrics:---

পত্ৰলেখা:        
নূপুৰে মাতে ৰুণজুণ্‌
নূপুৰে মাতে ৰুণ জুন 
নূপুৰে মাতে ৷

চিত্ৰলেখা:        
সখী যাবৰ বেলি
আমাৰ হিয়াখনি
বিষাদে ছাটে ৷

সখীবোৰ:        
সখী বিষাদে ছাটে ৷

চিত্ৰলেখা:        
বিদায়ৰ পৰতে
চলে চলি চকুতে
চকুপানী নাটে 
সখী চকুপানী নাটে ৷
যোৱা সখী দিছো বিদায়
মনতে ৰাখিবা সদায়
এৰোনো কি সতে ৷

সখীবোৰ:        
সখী এৰোনো কি সতে !!

Post a Comment

Previous Post Next Post

Contact Form