Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala

Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics

Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান)

Singer: Jyoti Prasad Agarwala

Tiranga Nisan Bijoyi Nisan Lyrics
Tiranga Nisan Bijoyi Nisan Lyrics

Tiranga Nisan Bijoyi Nisan Lyrics:---

তিৰঙ্গা নিচান বিজয়ী নিচান
তিৰঙ্গা নিচান
বিজয়ী নিচান
সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই
আলোকিছ ভাৰত বিমান ৷

সমৰৰ শক্তি
দলিতৰ মুক্তি
ক্ষুধিতৰ ত্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান
কোটি কোটি কণ্ঠে
হব তোৰ জয় গাণ
কোটি কোটি হব বলিয়ান ৷

বিশ্ব বিমুগ্ধ
সত্যৰ যুদ্ধ
দীপ্ত কৰিছে হিন্দুস্থান
মুক্তিকামীৰ আজি
সাম্য শান্তিৰ
ক্ৰান্তিৰ অভিযান ৷

নমো নমো নমো
নৱ মানৱৰ
 নৱ ভাৰত প্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান ৷৷               

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0