Song: Tur Ganote Mur (তোৰ গানতে মোৰ)
Singer: Jyoti Prasad Agarwala
![]()  | 
| Tur Ganote Mur Lyrics | 
Tur Ganote Mur Lyrics:—
তোৰ গানতে মোৰ সুৰৰে ঢৌ
তোৰ গানতে
মোৰ সুৰৰে ঢৌ
মাণিকী মধুৰী মৌ       
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ ৷
ছন্দটি মোৰ
জাগিলে নে নৌ
তোৰ, বুকত তুলি
হেন্দোলনি
থউকিবাথৌ
জাগিলে নে নৌ
মাণিকী মদুৰী মৌ         
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ ৷৷
