Tur Thaponat Mur Sakitu Lyrics By Jyoti Prasad Agarwala

Song: Tur Thaponat Mur Sakitu (তোৰ থাপনাত মোৰ চাকিটো)

Singer: Jyoti Prasad Agarwala

Tur Thaponat Mur Sakitu Lyrics
Tur Thaponat Mur Sakitu Lyrics

Tur Thaponat Mur Sakitu Lyrics:--


তোৰ থাপনাত মোৰ চাকিটো
তোৰ থাপনাত মোৰ চাকিটো
অকলে অকলে জ্বলে
তোক বিচাৰি অকলে আন্ধাৰে
প্ৰাণৰ জুৰিটি বলে ৷
অকলে জোনায়ে নিজম আকাশতে
তোৰেই জোনাক চালে
মই যে নহয় অকলশৰীয়া
বেৰি আছে মোক
তোৰে মৰমৰে, তোৰেই জোনাকী জ্বলে ৷৷

Post a Comment

Previous Post Next Post

Contact Form