Kerela Tita Tita Lyrics By Zubeen Garg & Tarulata Kutum

Song: Kerela Tita Tita

Singer: Zubeen Garg & Tarulata Kutum

Kerela Tita Tita Lyrics
Kerela Tita Tita Lyrics

Kerela Tita Tita Lyrics:---


কেৰেলা..তিতা তিতা তিতা
হলেও...ভাজি খাই
তোমাৰ কথা মিঠা মিঠা মিঠা
কলিজা...খুলি খাই
হিয়া মোৰ দহি হে যায়!

মোৰ মইনা জান...
মোৰ মইনা জান...
হিয়া মোৰ দহি হে যায়!
হিয়া মোৰ দহি হে যায়!

(MUSIC)__

ঐ দিচাঙ মুখৰ চাপৰিত
নহয় জানো মইনা জান
কহুৱা ঐ ফুলিছে,বতাহতে হালিছে
লখিমপুৰৰ ছোৱালী,গুৱাহাটী লৰাক চাই
বিহু তলীত নাছো নাছো লাগিছে...

কেৰেলা তিতা তিতা তিতা তিতা
হলেও ভাজি খাই
তোমাৰ কথা মিঠা মিঠা মিঠা মিঠা
কলিজা খুলি খাই
হিয়া মোৰ দহি হে যায়!

মোৰ মইনা জান...
(হিয়া মোৰ দহি হে যায়)
ব্ৰহ্মপুত্ৰৰ ওপৰত,নহয় জানো মইনাজান
দলং হব বগীবিল,সচাই জানো মইনাজান
অ..ধেমাজীৰে ছোৱালী,গুৱাহাটী লৰাক চাই

ভাল পালে হব জানো চেনাই মিল...
কেৰেলা তিতা তিতা তিতা তিতা
হলেও ভাজি খাই
তোমাৰ কথা মিঠা মিঠা মিঠা মিঠা
কলিজা খুলি খাই

হিয়া মোৰ দহি হে যায়!
অ মইনা জান...
(হিয়া মোৰ দহি হে যায়)

(MUSIC).....

ঐ লুইত হেনো বলিয়া
নহয় জানো মইনাজান
পিৰিতিৰে ভৰা নৈ,সচাঁই জানো মইনাজান
ভাল পোৱা নাথাকে,ধনী আৰু দুখীয়া

সেই কথা বুজা নাই নে...
কেৰেলা তিতা তিতা তিতা তিতা
হলেও ভাজি খাই
তোমাৰ কথা মিঠা মিঠা মিঠা মিঠা
কলিজা খুলি খাই

হিয়া মোৰ দহি হে যায়!
মোৰ মইনা জান...
(হিয়া মোৰ দহি হে যায়)
চাপৰি ঐ চাপৰি,নহয় জানো মইনাজান

ঝাউঅনিয়ে দিয়ে বাতৰি,নহয় জানো মইনাজান
অ..মই ভাবো সঁচাই তোক
তই জানো ভা'ব মোক
জীবন লগৰী হবলৈ...

কেৰেলা তিতা তিতা তিতা তিতা
হলেও ভাজি খাই
তোমাৰ কথা মিঠা মিঠা মিঠা মিঠা
কলিজা খুলি খাই

হিয়া মোৰ দহি হে যায়!
অ মইনা জান...
(হিয়া মোৰ দহি হে যায়)
 (হিয়া মোৰ দহি হে যায় মোৰ
মইনাজান হিয়া মোৰ দহি হে যায়)

Post a Comment

Previous Post Next Post

Contact Form