Akoluwa Song Lyrics (আকলুৱা)

Song: Akoluwa 

Singers: Zubeen Garg & Aparajita Choudhury 

Akoluwa Song Lyrics


আকলুৱা মৰমে 

বিচাৰে তোমাকে 

আছা ক'তে তুমিনো ৰৈ



ৰাতি ৰাতি আবেগে

তোমাকে সাৱতে

তুমিনো আছা ক'তে ৰৈ 



মোৰো মন আকাশো

তোমাতে হয় মগন

জানাই চোন সকলো

তুমিয়ে মোৰ জীৱন


AssameseLyrical.com


ওও দিলা কিনো 

মৰম উপচাই

ওওও দুই ওঁঠৰ পৰশে

পগলা কৰিলে

আবেগেৰে বুকু উপচায়



বুজো বুজো মই 

নকলেও জানো জানো মই

সচাঁকৈ তুমি মোৰে সোণ

কোৱানা এবাৰ



ভাবো ভাবো মই

নকলেও জানো জানো মই

দুবাহুত তুমি মোৰে সোণ

আহা চোন এবাৰ



মোৰেনো দুহাতত

থোৱাচোন দুয়ো হাত

মোৰেনো সপোনত

তুমিয়েই পাৰিজাত

ওও দিলা কিনো 

মৰম উপচাই ওওও



দুচকুৰ আবেগে

বলিয়া কৰিলে

আৱেগেৰে বুকু উপচাই



মোৰো মন আকাশো

তোমাতে হয় মগন

জানাই চোন সকলো

তুমিয়ে মোৰ জীৱন

ওও দিলা কিনো 

মৰম উপচাই 



ওওও দুই ওঁঠৰ পৰশে

পগলা কৰিলে

আবেগেৰে বুকু উপচাই


Post a Comment

Previous Post Next Post

Contact Form