Ronga Jiya Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Ronga Jiya
Singer: Zubeen Garg
Ronga Jiya Lyrics
ৰঙা জীঞা
জোনাকৰ আছিলা লৈ
মোৰ কাষলে নাহিবা
চৰাই বোৰ যেতিয়া কনীৰ বুকুত হালধীয়া হয়
ময়ো নিজকে হেৰুৱাই পেলাঁও
ৰঙা জীঞা
সোনাৰুৰ হালধীয়া ৰঙে
অতীতৰ বুকু খান্দিলে
এন্ধাৰত কাৰ বুকু ভাঙে
সেইয়া আজি বুজিবনো কোনে
তুমি .......এখুজি দুখুজি কৰি .
আতৰি গুছি গলা গৈ
ৰঙা জীঞাৰ স্মৃতি এৰি থৈ
ৰঙা জীঞাৰ স্মৃতি এৰি থৈ
ৰঙা জীঞাৰ স্মৃতি এৰি থৈ
ৰঙা জীঞাৰ স্মৃতি এৰি থৈ
AssameseLyrical.com
কেতিয়াবা নিজান পৰতে
আহিবানে তুমি মিচাকৈয়ে
তুমি যদি মোক লৈ যোৱা
নোসোধো কেনিনো যাবা
জোনাক পিছলা ৰাতি
নিয়ৰত দুভৰি তিতি
দুৰতেই ৰম লাগিলে
ৰঙা জীঞাৰ সুবাস থাকিলে
ৰঙা জীঞাৰ সুবাস থাকিলে
ৰঙা জীঞাৰ সুবাস থাকিলে
ৰঙা জীঞাৰ সুবাস থাকিলে
বহাগ হৈ ফুলিছিলা মনত
উৰুঙা আবেলি বোৰত
জোনাকৰ জালি কটা বাটে
চকুলো তেজ হৈ সৰে
তুমি..তুমি...তুমি ...তুমি
এখুজি দুখুজি কৰি .
আতৰি গুছি গলা গৈ
ৰঙা জীঞাৰ স্মৃতি থৈ
ৰঙা জীঞাৰ স্মৃতি থৈ
ৰঙা জীঞাৰ স্মৃতি থৈ
ৰঙা জীঞাৰ স্মৃতি থৈ
ৰঙা জীঞাৰ জোনাকৰ
আছিলা হৈ মোৰ কাষলে
আহিবা চৰাই বোৰ
যেতিয়া কনীৰ বুকুত হালধীয়া
হব মই মাতাল হৈ
ঘুৰি যাম তোমাৰ কাষলে
COMMENTS