Discover the Assamese song “Maya Maya Mathu Maya” from the album Maya, beautifully sung and composed by Zubeen Garg. A romantic melody that touches the soul with its emotional lyrics and soothing tune.
Maya Mathu Maya Song Details
Attribute | Details |
---|---|
🎵 Title | Maya Maya Mathu Maya |
💿 Album | Maya |
🎤 Singer | Zubeen Garg |
📝 Lyrics | Unknown / Not officially credited |
🎼 Composer | Zubeen Garg |
🎧 Music Director | Zubeen Garg |
🗓️ Release Year | 2017 |
🌐 Language | Assamese |
🎬 Genre | Romantic, Melodic |
🏷️ Label | Times Music |
📺 Official Video | Available on YouTube |
Maya Mathu Maya – Assamese Lyrics
মায়া… মায়া মাঁথো মায়া ✨
তুমি জানো সঁচানে মৰমৰে মায়া 💖
মায়াভৰা দুচকুলৈ 😢
হিয়াজুৰি আছাহি বৈ 💓
দূৰণিৰে জোনাকী হৈ 🌙
ৰ’লা কিয় হে… ❓
মায়া… মায়া মাঁথো মায়া ✨
তুমি জানো সঁচানে মৰমৰে মায়া… 💖
সাগৰৰ দৰে গভীৰ 🌊
তুমি অনা মৰমকে লৈ ❤️
আছোহি জীয়াই 🌱
দেহেমনে আছা যদি 🫂
বাৰে বাৰে গুচি যোৱা ⏳
মোক কিয় কন্দুৱায় 😢
নানিবা সেমেকা ৰাতি 🌃
নেলাগে মোক সোঁৱৰণি হে… 💭
মায়া… মায়া মাঁথো মায়া ✨
তুমি জানো সঁচানে মৰমৰে মায়া… 💖
মায়াবিনী সেই ৰাতি 🌌
আহিছিলো কাষলে তোমাৰ 🤍
দুখ হ’বলে… 😔
হাঁহি হাঁহি সাবটিলা 😊
অশ্ৰুভৰা অনুভূতিবোৰ 😢
মনত গুপনে 🤫
মৰমৰ মায়াবী তৃষা 💫
দিবহি মাঁথো বেদনা হে… 💔
মায়া… মায়া মাঁথো মায়া ✨
তুমি জানো সঁচানে মৰমৰে মায়া… 💖
মায়াভৰা দুচকুলৈ 😢
হিয়াজুৰি আছাহি বৈ 💓
দূৰণিৰে জোনাকী হৈ 🌙
ৰ’লা কিয় হে… ❓
মায়া… মায়া মাঁথো মায়া ✨
তুমি জানো সঁচানে মৰমৰে মায়া… 💖
Watch the Maya Mathu Maya Assamese Lyrics on YouTube
Source: YouTube
Did you find any mistakes in the ‘Maya Mathu Maya – Assamese Song Lyrics’? Please report it in the contact section with the correct details. View more on AssameseLyrical.com.