Borokha Naame Jibonole Lyrics | Kumar Sanu & Kavita Krishnamurthy

Song: Borokha Naame Jibonole (বৰষা নামে জীৱনলৈ)

Singer: Kumar Sanu and Kavita Krishnamurthy

Musician: Jayanta Das

Lyricist: Tarun Sharma

Borokha Naame Jibonole Lyrics
Borokha Naame Jibonole Lyrics

Borokha Naame Jibonole Lyrics:—

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
(কুমাৰ চানু ) :
ৰ’লাহি মোৰ বাবে
মৰম হৈ অজানিতে …
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে…
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
(কুমাৰ চানু ) :
দূৰ‍ৰ আকাশে ক’লে
তুমি ধুনীয়া
মনৰ বাঁহীটি আজি
হয় সুৰীয়া।
( কবিতাকৃষ্ণমূৰ্তি) :
বনৰ বতাহো দেখোঁ
আজি উতলা
আমি দুয়ো যে হ’লোঁ
আপোন পাহৰা
(কুমাৰ চানু ) :
ক’লেহি মৰমে নাজানে
ৰাখিব  একোকে গোপনে
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
(কুমাৰ চানু ) :
হুম…
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে…।
(কুমাৰ চানু ) :
তুমি আঁতৰি গ’লে মনে নামানে
ভাবো ৰ’বা সদায়ে
তুমি কাষতে…
( কবিতাকৃষ্ণমূৰ্তি) :
তোমাক নেদেখি জানা
বনৰ পখিয়ে
আছে দেখোন নিৰলে
দূৰত অকলে…
(কুমাৰ চানু ) :
ক’লেহি মৰমে নিদিয়ে…
আঁকিব ছবিটি অকলে…
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…
(কুমাৰ চানু ) :
ৰ’লাহি মোৰ বাবে
মৰম হৈ অজানিতে…
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে…।
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে…॥

Leave a Comment