Assamese Lyrics
Pratham Morome Jodi Lyrics | Samar Hazarika
Song: Pratham Morome Jodi (প্ৰথম মৰমে যদি)
Singer: Samar Hazarika
![]() |
| Pratham Morome Jodi Lyrics |
Pratham Morome Jodi Lyrics:—
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভাল পোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়
যৌৱন প্ৰভাত বেলাতে
তোমাক দেখিছিলো হঠাতে
প্ৰথম চাৱনিতে কিযে হ’ল
তুমি জানো গমকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়…
শৈশৱে গৈ গৈ সুৰ আহিল
হৈ সুৰ গৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হ’লে
নেচালো হেতেন তোমাৰ ফালে
ই নহয় নহয় মাথো কামনা
এই মোৰ জীৱনৰ সাধনা
আজীৱন তুমি মই সুখী হ’ম
তুমি জানো বুজিকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়…
