Tumar Ukhah Kohua Kumol Lyrics | Bhupen Hazarika

Published on March 22, 2020

Song: Tumar Ukhah Kohua Kumol (তোমাৰ উশাহ কঁহুৱা-কোমল)

Singer: Bhupen Hazarika

Tumar Ukhah Kohua Kumol Lyrics
Tumar Ukhah Kohua Kumol Lyrics

Tumar Ukhah Kohua Kumol Lyrics:–

তোমাৰ উশাহ কঁহুৱা-কোমল
শেৱালি-কোমল হাঁহি
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী
শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহী
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি

হঠাৎ আজি গালোঁ মই
মৰম সনা গীত তাকে শুনি
চেনেহীৰে উখল মাখল
চিত বালিত নাচে আমাক
জোকাই এটি সৰু বালি মাহী
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি

ৰুণুক-জুনুক সৰা পাতত নিয়ঁৰ
সৰি পৰে গালে মুখে নিয়ঁৰ সানি

ধেমালিখন কৰে
শেৱালীৰে বিছনাতে আমি দুয়ো
শুলোঁ শুই শুই
মেঘৰ আঁৰৰ শৰালি গণিলোঁ
এহাল হাঁহে আদৰিলে হঠাৎ
নামি আহি তোমাৰ উশাহ কঁহুৱা
কোমল শেৱালি কোমল হাঁহি