Assamese Lyrics
Bahadur – Joli Joli Engar Hua Lyrics By Zubeen Garg
Song: Bahadur – Joli Joli Engar Hua (জ্বলি জ্বলি এঙাৰ হোৱা)
Singer: Zubeen Garg
![]() |
| Bahadur – Joli Joli Engar Hua Lyrics |
Bahadur – Joli Joli Engar Hua Lyrics:–
জ্বলি জ্বলি এঙাৰ হোৱা
বোকুৰে কোনোবা টুকুৰা
আজিও জীয়াই আছে তোমাৰ স্মৃতি হৈ
সপোনৰে বাটে বাটে গৈ
তোমাৰে পদূলিত ৰলো গৈ
এতিয়াও তোমাৰে মাজতে মোক পাবা ঔ
এই চহৰৰ দেৱালত
আমাৰে কাহিনী লিখিম
তুমি আহা যদি ঘূৰি
অকলে বহি পাতিম
তুমি বিন আজি নতুন পৰিচয় মোৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
জোনাকী ৰাতিবোৰ জানা
আগৰ দৰেই আছে
একেই আছে শৰতৰ বৰষুণ
তোমাৰ মৰমৰ সুবাস
আকাশ ভৰি আছে
উভতি তুমি এবাৰ আহাছোন
এই চহৰৰ দেৱালত
আমাৰে কাহিনী লিখিম
তুমি আহা যদি ঘূৰি
অকলে বহি পাতিম
তুমি বীন আজি নতুন পৰিচয় মোৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
